প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাও পি ডি আৰ ভ্রমণসূচীৰে ভিয়েনটিয়ানত উপস্থিত হৈছে। ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ বিহু নাচেৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীক বিহু নাচেৰে আদৰণি জনোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি অসমৰ বাবে এয়া গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰে৷
Assamese | October 10, 2024 7:30 PM | narendra modi | PMO India
প্রধানমন্ত্ৰী মোদী ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত অসমৰ বিহু নাচেৰে আদৰণি