সংসদৰ শীতকালীন অধিৱেশন পহিলা ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সন্মিলনত ১৯ ডিচেম্বৰলৈকে চলিবলগীয়া অধিৱেশনৰ প্ৰস্তাৱত সন্মতি প্রকাশ কৰিছে।
Assamese | November 9, 2025 10:58 AM | Parliament Session
পহিলা ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন