অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰলৈকে খোলা থাকিব। যোৱা পহিলা মে’ত মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ প’ৰ্টেল awards.gov.in যোগে দাখিল কৰা মনোনয়নহে গ্ৰহণ কৰা হ’ব। মনোনয়নৰ সৈতে মনোনীত ব্যক্তিগৰাকীৰ ক্ষেত্ৰ, অসাধাৰণ সাফল্য, প্ৰাসংগিক আদি সকলো তথ্য দাখিল কৰিব লাগিব।
Assamese | September 13, 2024 5:42 PM | Padma award | padma awarda nomination | Padma Shree
১৫ ছেপ্তেম্বৰলৈকে পদ্ম সন্মানৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া খোলা থাকিব