ৰে’ল সুৰক্ষা বাহিনীয়ে পঞ্জীয়ন অবিহনে ৰে’লৰ ই-টিকট বিক্ৰী কৰাৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে চানমাৰিৰ গান্ধীবস্তিত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। ৰে’ল আৰক্ষীৰ তদন্তত ইতিমধ্যে অভিযুক্তজনে দীর্ঘদিন ধৰি ৰে’লৰ ই-টিকট অবৈধভাৱে প্ৰস্তুত কৰাটো ধৰা পৰিছে।
Assamese | July 2, 2025 2:13 PM | Akashvani Guwahati | guwahati railway | Rail Yatri | RPF
পঞ্জীয়ন অবিহনে ৰে’লৰ ই-টিকট বিক্ৰীৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ