নাগৰিকত্ব সংশোধনী আইন কার্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নিৰ্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ২৩৭টা গোচৰ বিচাৰাধীন হৈ আছে।
Assamese | April 8, 2024 7:41 PM | CAA
নাগৰিকত্ব সংশোধনী আইন কার্যকৰী সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি গ্রহণ