October 30, 2026 12:35 PM | High Court

printer

ডিজিটেল জালিয়াতিৰে ধন হেৰুওৱা গ্ৰাহকসকলক সংশ্লিষ্ট বেংকে ধন আদায় দিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি

ডিজিটেল জালিয়াতিৰ সন্মুখীন হৈ ধন হেৰুওৱা গ্ৰাহকসকলক সংশ্লিষ্ট বেংকে ক্ষতিপূৰণ হিচাপে ধন আদায় দিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনাক লৈ গঠিত বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে। বিচাৰপীঠখনে উল্লেখ কৰা অনুসৰি ডিজিটেল এৰেষ্টৰ সন্মুখীন হোৱা ভুক্তভোগীক বেংকে ক্ষতিপূৰণ দিয়া কথাটো ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।