ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ’ব। প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়পত্র দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২৮ অক্টোবৰত মনোনয়পত্রসমূহ পৰীক্ষা কৰা হ’ব। ৰাজ্যখনত প্ৰথম পৰ্যায়ত ১৩ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ’ব। ২৩ নৱেম্বৰত ভোট গণনা কৰা হ’ব ।
Assamese | October 17, 2024 7:58 PM | jharkhand election
ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব