ধেমাজি জিলাৰ জোনাইত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য সহ তিনিজন যুৱকক আটক কৰিছে । যুৱককেইজনৰ পৰা নিচাযুক্ত দ্ৰব্যৰ উপৰি এনে দ্ৰব্য সেৱনত ব্যৱহৃত সামগ্ৰী, এখন মটৰ চাইকেল আৰু তিনিটা ম‘বাইল ফোন জব্দ কৰা হৈছে। যুৱককেইজনে মাদক দ্ৰব্য সেৱন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।
Assamese | September 2, 2024 7:52 PM | Dhemaji
জোনাইত আৰক্ষীৰ বুজন পৰিমাণৰ মাদকদ্রব্য সহ তিনিজন যুৱক আটক