November 2, 2026 11:21 AM | Chirang

printer

চিৰাং জিলাৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত জিলাভিত্তিক বক্তৃতা প্রতিযোগিতাৰ আয়োজন

চিৰাং জিলাৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত তথা বিজনী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত যুৱ সংবাদ আৰু বিকশিত ভাৰত যুৱ সংসদৰ সৈতে সংগতি ৰাখি কাইলৈ আৰু পৰহিলৈ জিলাভিত্তিক বক্তৃতা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ত ১৮ৰ পৰা ২৫ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্রতিযোগিতাত অংশ ল’ব পাৰিব। প্ৰতিযোগিতাত নির্বাচিত প্রতিযোগীয়ে প্ৰমাণপত্ৰ আৰু ট্ৰফী লাভ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।