August 8, 2026 7:37 PM | flood upper assam

printer

গোলাঘাট জিলাৰ মৰঙি অঞ্চল পুনৰ বানৰ কবলত

শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ’বলগীয়া ক্ষয়-ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙি অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। 

জিলাখনৰ খুমতাই সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চলৰ কেন্দুগুৰি আৰু কৰদৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাওঁসমূহৰ বিস্তৃর্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে ন বিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।