গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅ’লজি বিভাগে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যায়ন পৰিষদৰ স্বীকৃতি লাভ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অচ্যুৎ বৈশ্যই আজি এইকথা প্রকাশ কৰে। ইয়াৰ ফলত ৰোগীয়ে ২৪ ঘণ্টাৰ ভিতৰত এম আৰ আই, ছিটিস্কেনৰ ৰিপোৰ্ট লাভ কৰাৰ পথ প্ৰশস্ত হ’ল বুলি তেওঁ উল্লেখ কৰে।
Assamese | July 21, 2026 7:48 PM | guwahati medical college
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰেডিঅ’লজি বিভাগৰ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰত্যায়ন পৰিষদৰ স্বীকৃতি লাভ