গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি পৰিব। যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ছবি প্রদর্শিত হয়।
Assamese | February 9, 2025 12:04 PM | Guwahati Asian Film Festival
গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি