January 23, 2026 7:24 PM

views 37

এছিয়ান চলচ্চিত্র মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো মনোগ্রাহী ছবি প্রদর্শন

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্র মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো মনোগ্রাহী ছবি প্রদর্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্রেক্ষাগৃহত আজি কার্বি ভাষাৰ ছবি কাংব' আলতি (দা লষ্ট পাথ) অসমীয়া ভাষাৰ ছবি ৰ'দৰ পাখি আৰু ভিয়েটনামৰ ছবি কু-লি নেভাৰ ক্রাইজ প্রদর্শন কৰা হয়। মহোৎসৱৰ আৰম্ভণিৰ দিনা কালি বড়ো ভাষাৰ ছবি মোনাবিলি (এন ইভিনিং বেলাড), জাপানী ভাষাৰ ছবি এছ আৰু উজবেকিস্তানৰ ছবি ছানডে' প্রদর্শিত হয়। গুবাহাটী এছিয়ান চলচ্চিত্র মহোৎসবে এইবাৰ বিশিষ্ট অভিনেতা...

February 9, 2025 8:50 PM

views 34

গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত কেইবাখনো চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্র অনুষ্ঠিত

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আজি কেইবাখনো চলচ্চিত্ৰৰ প্ৰদৰ্শনৰ লগতে আলোচনা চক্রও অনুষ্ঠিত হয়। মহোৎসৱত আজি Teach Me, Second Chance, The Light within, Bahadur The Brave আদি কেইবাখনো চিনেমা প্রদর্শিত হয়। পুৱা অনুষ্ঠিত এখন আলোচনাচক্রত চলচ্চিত্ৰ পৰিচালক অ'নিৰ উপস্থিত থাকে। এই আলোচনাচক্ৰখনৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক মৃনাল তালুকদাৰে। দুপৰীয়া Young and Cinema: The Changing face of storytelling শীৰ্ষক আলোচনাচক্ৰখনৰ আঁত ধৰে অপৰাজিতা পুজাৰীয়ে। সন্ধিয়া পৰিচালক ইম...

February 9, 2025 12:04 PM

views 72

গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলৰ আজি সামৰণি পৰিব। যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ছবি প্রদর্শিত হয়।

February 6, 2025 7:24 PM

views 39

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল

কাইলৈৰ পৰা গুৱাহাটীৰ জ্যোতি চিত্ৰবনত গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হ'ব। তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ'ব। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শিত হ'ব। কাইলৈ পুৱা ৯ বজাত ফিলিপিন্‌ছৰ পৰিচালক কার্ল’ অবিস্প'ৰ ছবি – এ লেব ষ্টৰীৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ হ'ব। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহৰ লগতে এক...