ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। এইবাৰৰ খেল মহাৰণ প্ৰতিযোগিতা এথলেটিকছ, ফুটবল, ভলীবল, দবা, সাঁতোৰ, কাবাড়ী আৰু চাইক্লিং এই ৭টা শাখাত অনুষ্ঠিত হ’ব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে পুৰুষৰ সমানে মহিলাসকলেও নিজৰ নাম পঞ্জীয়নভুক্ত কৰিছে।
Assamese | November 1, 2024 7:58 PM | Assam | khel maharon
খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে বৰ্তমানলৈকে ৫৩ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন