■ কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমিনগাঁৱত অৱস্থিত গুৱাহাটী বায়’টেক পাৰ্কত হ’বলগীয়া এই অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
Assamese | June 19, 2025 12:32 PM | Akashvani Guwahati | Anganbadi | Kamrup District | Smartphone
কামৰূপ জিলাৰ অংগনৱাড়ী কর্মীলৈ স্মার্ট ফোন বিতৰণ