অসম বিধানসভাৰ বাজেট অধিবেশন এইবাৰ এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব। বি টি চিৰ বিধানসভা ভৱনত বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অহা ফেব্ৰুৱাৰীত এদিনৰ বাবে হ’বলগীয়া এই বাজেট অধিবেশন ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব। বাজেট অধিবেশনৰ বাকী দিনকেইটাৰ কাৰ্যসূচী অসম বিধানসভাৰ নতুন ভৱনত অনুষ্ঠিত হ’ব।
Assamese | December 18, 2024 10:09 AM | Assam Assembly | Assam Budget
এদিনৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন