মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পৰা ডুবাইলৈ ৰপ্তানি কৰিবলগীয়া অগৰু কাঠৰ চলাৰ প্ৰথমটো খেপ প্ৰেৰণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে বিয়লি ৪ বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা আনুষ্ঠানিকভাৱে এই সামগ্ৰীখিনি প্ৰেৰণৰ অভিযান পতাকা জোকাৰি মুকলি কৰিব। এখন জিলা, এবিধ সামগ্ৰী কাৰ্য্যসূচীৰ অধীনত গোলাঘাট জিলাৰ পৰা এই সামগ্ৰীখিনি প্ৰেৰণ কৰা হ’ব ।
Assamese | October 26, 2026 11:28 AM | CM
আজি গুৱাহাটীৰ পৰা ডুবাইলৈ ৰপ্তানি কৰিবলগীয়া অগৰু কাঠৰ চলাৰ প্ৰথমটো খেপ প্ৰেৰণ