October 17, 2026 11:54 AM | Dristripaat

printer

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ ‘বহনক্ষম উন্নয়নৰ বাবে স্থানীয় সামগ্ৰী ব্যৱহাৰৰ পোষকতা’ সন্দৰ্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘বহনক্ষম উন্নয়নৰ বাবে স্থানীয় সামগ্ৰী ব্যৱহাৰৰ পোষকতা’ বিষয়ক এটি অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানত ভাগ ল’ব CARE U 365 নামৰ সংস্থাৰ মুৰববী তথা সমাজসেৱী ভৃগু বৰঠাকুৰ আৰু বজাৰ বিশ্লেষক বিতোপন মজুমদাৰে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই ৷

শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।