অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। ইয়াৰ বিপৰীতে অহা তিনিদিন পর্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব। বতৰ বিজ্ঞান বিভাগে কৈছে যে, অনাগত দুদিনত পূৱ ভাৰতত তাপমাত্রা প্রায় একৰ পৰা ২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাব।
Assamese | April 29, 2024 12:39 PM | Weather report
অহা বুধবাৰৰ পৰা কেইবাখনো ৰাজ্যত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্রকাশ