জেকিয়াত আজি হ‘বলগীয়া অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকত ভাৰতৰ তাৰকা খেলুৱৈ তথা বিশ্ব জেভলিন চেম্পিয়ন নীৰজ চোপ্ৰাই অংশগ্রহণ কৰিব। ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে দহ বজাত নীৰাজ চোপ্ৰাৰ প্ৰদৰ্শন আৰম্ভ হ‘ব। উল্লেখযোগ্য, যে খেলুৱৈগৰাকীয়ে ২০২৩ আৰু ২০২৪ দুয়োটা বর্ষতে গোল্ডেন স্পাইকত প্রতিদ্বন্দ্বিতা কৰাৰ কথা আছিল যদিও আঘাতৰ বাবে দুয়োবাৰেই তেওঁ প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল ।
Assamese | June 24, 2025 7:13 PM | Niraj Chopra
অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকত নীৰজ চোপ্ৰাৰ অংশগ্রহণ