নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা বিশ্ব গ্ৰন্থমেলা। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে– আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে। নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালক যুৱৰাজ মালিকে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এইবাৰৰ বিশ্ব গ্ৰন্থমেলাত ৰাছিয়াই মুখ্য দেশ হিচাপে অংশগ্ৰহণ কৰে। ফ্রান্স, আর্জেণ্টিনা, স্পেইন, কলম্বিয়া, আবু ধাবি আৰু কাটাৰকে ধৰি ৫০ খন দেশৰ গ্রন্থমেলাত অংশগ্ৰহণ।
Assamese | February 1, 2025 12:26 PM | World Book Fair in New Delhi Today
নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা বিশ্ব গ্ৰন্থমেলা