ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা, এন টি এ-য়ে চলিত বৰ্ষৰ ডিচেম্বৰত হ’বলগীয়া ইউ জি চি নেট পৰীক্ষাৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইচ্ছুক পৰীক্ষাৰ্থীসকলে সংস্থাৰ ৱেবছাইটত থকা লিংকৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব। বিশ্ববিদ্যালয় অনুদান আয়োগ, ইউ জি চি-য়ে জাৰি কৰা বিবৃতি অনুসৰি ৮৫টা বিষয়ত হ’বলগীয়া এই পৰীক্ষাৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া অহা ৭ নৱেম্বৰ পৰ্যন্ত অব্যাহত থাকিব। ১০ৰ পৰা ১২ নৱেম্বৰলৈ পৰীক্ষাৰ্থীসকলে দাখিল কৰা প্ৰ-পত্ৰত থকা ভুলৰ শুধৰণি কৰিব পাৰিব।
Assamese | October 8, 2025 1:30 PM | UGC NET December 2025 Registration Begins Deadline Set for November 7
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ চলিত বৰ্ষৰ ডিচেম্বৰত হ’বলগীয়া ইউ জি চি নেট পৰীক্ষাৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ