ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত প্ৰেছিডেন্সি ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত, বিদ্যালয়খনৰ সহযোগত অসমৰ সদ্যপ্রয়াত নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ স্মৃতিত এখন বক্তৃতা অনুষ্ঠান আয়োজিত হয়। বক্তৃতানুষ্ঠানটোত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তী সমল ব্যক্তি হিচাপে ভাগ লৈ অসম সৌৰ বঁটা প্ৰাপক হেমন্ত দত্তৰ জীৱন আৰু কৃতি সন্দৰ্ভত তথ্য সমৃদ্ধ ভাষণ আগবঢ়ায়।
Assamese | August 23, 2025 7:00 PM | udalguri hemanta dutta
ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ স্মৃতিত বক্তৃতানুষ্ঠানত