সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ১ জুনত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ ১৩খনকৈ, পশ্চিম বংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তিনিখন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। অহা ৪ জুনত আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।
Assamese | May 17, 2024 5:28 PM | Lok Sabha Election | Lok Sabha Elections 2024 | Lok Sabha polls | LOKSABHA ELECTION | Political
আজি সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন