টেছলা আৰু স্পেচ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইল’ন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনায়।
Assamese | June 8, 2024 6:44 PM | Tesla and SpaceX CEO Elon Musk
দেশত তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীক ইল’ন মাস্কৰ অভিনন্দন