September 19, 2026 10:50 AM

views 70

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি ৰাজ্যজুৰি জুবিন দিৱস পালন

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। গীতিকাৰ, সুৰকাৰ, অভিনেতা, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, বাদ্যযন্ত্রী, কবি আৰু সমাজকর্মী জুবিন গাৰ্গে তেওঁৰ জীৱনকালত প্ৰায় ৪০ টা ভাষাত ৩৮ হাজাৰতকৈও অধিক গীত বাণীবদ্ধ কৰি প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি ৰাখিছে। শিল্পীগৰাকীৰ...