July 5, 2026 10:29 AM

views 28

যোগ প্রশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১১ দিনীয়া সংহত প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্রশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১১ দিনীয়া সংহত প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ নিৰ্দেশনাত বঙাইগাঁও, কামৰূপ, কাছাৰ, যোৰহাট, কোকৰাঝাৰ আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ সংহত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। এই ছখন জিলাত মুঠ ৫৯৮ জন মূল প্রশিক্ষকে সফলভাবে প্রশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত গাঁও পৰ্যায়ত সমা...