February 17, 2025 12:38 PM

views 33

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিয়োগিতাত আজি ডেলহী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মেচ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিয়োগিতাৰ আজি বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত ডেলহী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। একেখন ষ্টেডিয়ামতে অনুষ্ঠিত আন এখন খেলত কালি গুজৰাট জায়েণ্টছে ইউ পি ৱাৰিয়ৰ্জক ৬ উইকেটত পৰাস্ত কৰে। গুজৰাট জায়েণ্টছে ১৮ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৪৪ ৰানৰ লক্ষ্যত উপনীত হয়। খেলখনত অধিনায়ক এছলি গার্ডনাৰে ৫২ ৰান সংগ্ৰহ কৰে। এছলি গার্ডনাৰক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান প্ৰদান কৰা হয়। ডিএণ্ড্রা ডটিনে অপৰাজিত ৩৩ ৰান আৰু হাৰ্লিন ড...