September 27, 2026 11:32 AM

views 28

সমগ্র বিশ্বতে আজি বিশ্ব পর্যটন দিবস উদযাপন

সমগ্র বিশ্বতে আজি বিশ্ব পর্যটন দিবস উদযাপন কৰা হৈছে। এই দিনটোৱে জনসাধাৰণ সৈতে সংযোগ, সাংস্কৃতিক আদান-প্রদান আৰু অর্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বত আলোকপাত কৰে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে: Digital Agenda & Artificial Intelligence to Redesign Tourism। এই বিষয় বস্তুবে পর্যটন গঢ়ি তোলাত প্ৰযুক্তিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত পৰ্যটন সচিব ভূবনেশ কুমাৰে কয়, যে পর্যটনে অর্থনীতি আৰু নিয়োগ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তাত আলোকপ...

September 27, 2024 7:11 PM

views 44

আজি বিশ্ব পৰ্যটন দিৱস, শিল্প শিতানত অসমৰ শুৱালকুছি শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ

আজি বিশ্ব পৰ্যটন দিৱস। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত আজি সেই অনুসৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰ্যটন মন্ত্ৰ্যালয়ে গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা ২০২৪ত অসমৰ শুৱালকুছিয়ে শিল্প শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত দেশৰ মুঠ ৭৯৫খন গাঁৱে অংশগ্ৰহণ কৰাৰ বিপৰীতে এইবাৰ মুঠ অংশগ্ৰহণকাৰী গাঁৱৰ সংখ্যা ৯৯১ খনলৈ বৃদ্ধি পাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৫খন ৰাজ্যকে ...