September 27, 2026 12:05 PM

views 3

ডিমা হাচাও জিলাৰ উমৰাংছ’ত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন

বিশ্বৰ বিভিন্ন স্থানত আজি বিশ্ব পর্যটন দিৱস পালন কৰা হৈছে। জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা, সাংস্কৃতিক বিনিময়ৰ প্ৰসাৰ আৰু অৰ্থনৈতিক বিকাশত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে প্রতি ২৭ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে: পর্যটন খণ্ডক নতুন ৰূপত বিকশাই তোলাৰ বাবে ডিজিটেল কাৰ্যসূচী আৰু কৃক্রিম বুদ্ধিমত্তা। ডিমা হাচাও জিলাৰ উমৰাংছ'ত আজি প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰা হৈছে। ডিমা হাচাওৰ প্ৰাকৃতিক সৌন্দর্য্য, সাংস্কৃতিক ঐতিহ্য আৰু প...

September 27, 2024 6:42 PM

views 41

মানসত ৰাজ্যৰ পৰ্যটন বিভাগৰ বিশ্ব পৰ্যটন দিৱস উদযাপন

ৰাজ্যৰ পৰ্যটন বিভাগে বড়োলেণ্ড পর্যটন বিভাগৰ সহযোগত মানসত আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰিছে। বিশ্ব পৰ্যটন দিৱসৰ সমান্তৰালভাৱে আজি ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশ দ্বাৰ মুকলি কৰে। তেওঁ বি টি আৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বিগত বছৰসমূহত বৃদ্ধি পাইছে বুলি মন্তব্য কৰে। অনুষ্ঠানত বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকি বছৰি এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটক সংখ্যা বৃদ্ধি পোৱাৰ দৰে ...