April 12, 2025 1:18 PM

views 44

আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতৰ দ্বিতীয় স্থান দখল

আৰ্জেণ্টিনাৰ বিউন'জ এয়াজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপত ভাৰতে দ্বিতীয় স্থান দখল কৰিছে। ভাৰতে চাৰিটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ ৮টা পদক লাভ কৰে।

February 23, 2025 12:14 PM

views 45

অসমৰ হৃদয় হাজৰিকাৰ বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ

হৃদয় হাজৰিকাই অহা এপ্ৰিলত আর্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছ আৰু পেৰুৰ লীমাত হ'বলগীয়া বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। ভাৰতীয় ৰাইফল সংস্থাই ঘোষণা কৰা এয়াৰ ৰাইফল দলত হৃদয়ৰ উপৰি ৰুদ্ৰাক্ষ পাটিল, অর্জুন বাবুতা, আর্য ববছে, নর্মদা নীতিন আৰু সোনম মাস্কাৰ আছে। মনু ভাকেৰ পেৰিছ অলিম্পিকৰ সাফল্যৰ পিছত দললৈ উভতিছে। খেলুৱৈগৰাকীয়ে এয়াৰ পিষ্টল আৰু ২৫ মিটাৰ স্পোর্টছ পিষ্টল শাখাত ভাগ ল'ব।