November 10, 2026 12:49 PM
5
আজি বিশ্ব প্রতিষেধক দিৱস
আজি বিশ্ব প্রতিষেধক দিৱস। বিভিন্ন মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ সময়মতে টীকাকৰণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ নৱেম্বৰত এই দিৱস পালন কৰা হয়। প্ৰতিষেধকে মানুহৰ শৰীৰত বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰতিষেধক সন্দৰ্ভত মানুহক সজাগ কৰি তোলাও এই দিৱসৰ অন্যতম মূল উদ্দেশ্য। ২০১২ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ বাবে এই দিৱসৰ আৰম্ভণি কৰিছিল। এই দিৱস উপলক্ষে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই দেশৰ প্ৰতিগৰাকী শিশু আৰু গৰ্ভৱতী মহিলাৰ ...