September 16, 2026 12:59 PM
8
বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো বিশ্ব অজন দিৱস পালন
আজি বিশ্ব অজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা'। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। অ'জন স্তৰৰ সুৰক্ষা আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে শক্তি ৰাহি কৰা সঁজুলি ব্যৱহাৰ, এচি-ফ্ৰীজ আদিৰ নিয়মীয়া মেৰামতি আৰু চৌহদত গছপুলি ৰোপণৰ বাবে সকলোকে সজাগ-সচেতন কৰিবলৈ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কে...