June 8, 2026 7:46 PM

views 12

বিশ্ব সমুদ্ৰ দিৱস উপলক্ষে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

বিশ্ব সমুদ্ৰ দিৱস উপলক্ষে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী কীৰ্তি বৰ্ধন সিঙে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সাগৰ তথা সাগৰীয় জীৱকুলৰ সুৰক্ষাৰ হ'কে অংগীকাৰবদ্ধ হ'বলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীসিঙে কয় যে সমুদ্রই কেৱল সমুদ্ৰ তীৰকে সংযোগ নকৰে বৰঞ্চ বিভিন্ন দেশৰ বিভিন্ন প্ৰজন্মক সংলগ্ন কৰি ৰাখে আৰু সেয়েহে তেওঁ জনসাধাৰণক ভৱিষ্যত প্ৰজন্মৰ বাবে স্বচ্ছ পানীৰ উৎস হিচাপে সমুদ্রসমূহক সুৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনায়। তেওঁ লগতে পৃথিৱীক এটা স...

June 8, 2024 9:00 PM

views 48

আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন

সামুদ্রিক অঞ্চলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, প্ৰদূষণ হ্ৰাসৰ লগতে পৃথিৱীৰ উপৰিভাগ বাসোপযোগী কৰি ৰখাৰ লক্ষ্যৰে সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব সমুদ্ৰ দিৱস উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশ সমুদ্রই আৱৰি আছে। সমুদ্ৰৰ পৰা পৃথিৱীৰ ৫০ শতাংশ অম্লজান উৎপন্ন হোৱাৰ লগতে ইয়াত অজস্ৰ জীৱ প্ৰজাতি পোৱা যায়। সামুদ্রিক অঞ্চলে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মানৱ জাতিৰ অস্তিত্বৰ অন্যতম চৰ্ত হিচাপে বিবেচিত হৈ আহিছে। অৱশ্যে বিভিন্ন কার্যকলাপ বিশেষকৈ সভ্যতাৰ বিকাশৰ বাবে মানুহে কৰা ক...