November 14, 2026 1:00 PM

views 3

সমগ্ৰ দেশতে বিশ্ব মধুমেহ দিৱস উদযাপন

মধুমেহ ৰোগৰ আগতীয়া চিনাক্তকৰণৰ প্ৰয়োজনীয়তা, সময়মতে চিকিৎসা আৰু গুণগত স্বাস্থ্য সেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বিশ্ব মধুমেহ দিৱস পালন কৰা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'মধুমেহৰ সময়মতে চিকিৎসা'। ইয়াৰ জৰিয়তে জীৱনৰ প্ৰতিটো পৰ্যায়ত সকলো প্ৰকাৰৰ স্বাস্থ্য সেৱা আৰু বয়স অনুসৰি চিকিৎসাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰা হৈছে। তদুপৰি এই দিৱসত বিশ্বজুৰি বৃদ্ধি পোৱা মধুমেহ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সমূহীয়া প্রচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা হৈছে। মধুমেহ ৰোগত আক্রান্ত লোকসকলে যাতে ...