June 3, 2026 7:53 PM

views 24

দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

‘চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে’ - মনসুখ মন্দাভিয়া কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ-সৱল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্রণী ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰ...