September 8, 2026 12:36 PM

views 4

বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগীতাত আজি ভাৱনা আৰু পূজা চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে অৱতীৰ্ণ

আহমেদাবাদত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগীতাত আজি ভাৱনা আৰু পূজাই চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে খেলিব। ভাৰতীয় যুটিটোৱে ঘৰুৱা মাটিত বিজয়ৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হব। পেৰা ৰিকাৰ্ভ পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ হৰবিন্দৰ সিং আৰু বিজয় সুণ্ডীয়ে শ্লোভাকিয়াৰ ডেভিদ ইভান আৰু ডেনিছ ইভানৰ বিৰুদ্ধে খেলিব। পাৰা কম্পাউণ্ড পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু টোমন কুমাৰে ইৰাকৰ আব্বাছ কাধিম আৰু আনৱেৰ আলদাওদৰ বিৰুদ্ধে খেলিব। মিক্সড টিম ডব্লিউ ১ ফাইনেলত ভাৰতৰ স্বাতী চৌধুৰী আৰু আদিল মহম...

September 6, 2025 1:54 PM

views 56

বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ ১২ জনীয়া দলৰ অংশগ্ৰহণ

দক্ষিণ কোৰিয়াৰ গুৱাংজুত আজিৰে পৰা হ'বলগীয়া বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ এটা ১২ জনীয়া দলে অংশ ল'ব। প্ৰতিযোগিতাখনৰ বিগত সংস্কৰণত ৩টা সোণ আৰু এটা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত থকা ভাৰতে এই সাফল্যৰ পুনৰাবৃত্তি কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। অৱশ্যে যোৱাবাৰৰ চেম্পিয়ন অ’জাছ দেওতালে আৰু অদিতী গোপীচান্দ স্বামী দলৰ বাবে কোৱালিফাই নোহোৱাত এইবাৰৰ প্ৰতিযোগিতাত ভাগ ল'ব নোৱাৰে। উল্লেখযোগ্য যে ৰিকাৰ্ভ আৰ্চাৰীত ভাৰতে এতিয়ালৈকে সোণৰ পদক জয় কৰা নাই। এইবাৰো পুনৰ দিপিকা কুমাৰী আৰু ধীৰাজ বোম্মাদেৱাৰাই সোণৰ পদক জয়ৰ ...