July 12, 2026 12:18 PM

views 25

চেক গণৰাজ্যৰ লিণ্ডা না’ছক’ভাই উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে

চেক গণৰাজ্যৰ লিণ্ডা না'ছক'ভাই উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। ২১ বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱানিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰেই কেৰালিনা মুকোৱাক ৬-২, ৫-৭, ৬-৩ ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অর্জন কৰে। ইয়াৰ লগে লগে নাছক'ভা বিগত ৪ বছৰত এই খিতাপ অৰ্জন কৰা চেক গণৰাজ্যৰ তৃতীয়গৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয়।  ইয়াৰ পূৰ্বে ২০২৩ চনত মার্কেটা ৱ'নড্রোছোভা আৰু ২০২৪ চনত বাৰবোৰা ক্ৰেজিছকোভাই প্রতিযোগিতাৰ খিতাপ দখল কৰিছিল। ইপিনে, পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি নিশা বিশ...

July 5, 2026 9:06 PM

views 23

উইম্বলডন টেনিছত চাবিয়াৰ ন’ভাক জ’ক’ভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি

উইম্বলডন টেনিছৰ এখন খেলত চাবিয়াৰ ন'ভাক জ'ক'ভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি হ'ব। আনহাতে, পুৰুষৰ ছিংগলছত জাপানৰ ছিণ্টোৰা মুছিজুকি আৰু ইটালীৰ শীৰ্ষস্থানৰ খেলুৱৈ জান্নিক ছিনাৰ পৰস্পৰৰ মুখামুখি হ'ব। আন এখন খেলত পোলেণ্ডৰ হুবার্ট হুর্কাছে জার্মানীৰ জেন লেনাৰ্ড ষ্টাফৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত স্পেইনৰ আলেজান্দ্রো ডেভিড 'ভিচ ফকিনাই কানাডাৰ ফেলিক্স অগাৰ এলিয়াচিমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ একক শাখাত চেক গণৰাজ্যৰ কেৰালিনা মুছোভাই একেই দেশৰ বাৰ্বোৰা ক্রেজচিক' ভ...

July 9, 2025 2:41 PM

views 47

উইম্বলডন টেনিছ প্রতিযোগিতাৰ কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ’ব

উইম্বলডন টেনিছ প্রতিযোগিতাত আজি লণ্ডনৰ অল ইংলেণ্ড ক্লাবত কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। পুৰুষৰ ছিংগলছত ইটালীৰ জানিক চিনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেণ্টনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষ শাখাৰ আন এখন খেলত ইটালীৰ ফ্লেভিঅ' কোবোলীয়ে ২৪টাকৈ গ্রেণ্ড শ্লেম খিতাপ বিজয়ী ছাৰ্বিয়াৰ ন'ভাক জ'ক'ভিছৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ ইগা শ্বিয়াটেক ৰাছিয়াৰ ল্যুডমিলা ছেমছোন'ভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই শিতানৰ আন এখন খেলত ৰাছিয়াৰ মীৰা এণ্ড্ৰিৱা ছুইজাৰলেণ্ডৰ বেলিণ্ডা বে...