August 4, 2026 1:04 PM

views 6

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈপৰ্যন্ত প্ৰবল বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ আৰু তিনিচুকীয়া জিলাৰ বহু অংশত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অসমৰ নাগালেণ্ড সীমান্তৱৰ্তী প্ৰায়বোৰ জিলাতে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। বৰষুণৰ বাবে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে। ইপিনে, কামৰূপ মহানগৰ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত পানী জম...