November 16, 2026 10:10 AM
3
ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীৰ তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰত ভ্ৰমণ
ৱেলছৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰী আজি তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। তেওঁলোকে মুম্বাইত ষষ্ঠ তথা সর্ববৃহৎ আর্থশ্বুট প্রাইজ এৱাৰ্ডছ সমাৰোহত অংশগ্ৰহণ কৰিব। নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ পাছত তেওঁলোকৰ ৰাজকীয় ভ্রমণসূচীৰ সামৰণি পৰিব। ব্রিটিছ উচ্চায়ুক্তই প্রকাশ কৰা মতে এই ৰাজকীয় দম্পতীয়ে ক্রিকেট, ফেশ্বন আৰু চিনেমাৰ জৰিয়তে ব্রিট্রেইন আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ লগতে উদ্ভাৱন, বহনক্ষমতা যুৱ নেতৃত্ব আদিত আলোকপাত কৰি এলানি কাৰ্যসূচীত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে অন্যান্য দেশতকৈ ভাৰতে অধিক...