June 9, 2026 12:44 PM
31
বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনাত আহত আৰু নিহত লোকসকলৰ নিকটাত্মীয়লৈ সাহায্য ঘোষণা
কেন্দ্রীয় তীখা মন্ত্ৰী এইছ ডি কুমাৰস্বামী আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে যোৱা নিশা বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনা স্থলী পৰিদৰ্শন কৰে। শ্ৰী কুমাৰস্বামীয়ে এই দুৰ্ঘটনাত মৃত্যু লোকসকলৰ নিকটাত্মীয়লৈ ২৫ লাখকৈ আৰু আহত সকলৰ চিকিৎসাৰ বাবে ১০ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহক তেওঁলোকলৈ আৱণ্টন দিয়া বাসগৃহতেই থকাৰ অনুমতি প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰিছে। শ্ৰী কুমাৰস্বামীয়ে কয়, যে তেনে পৰিয়ালৰ শিশুসকলৰ বাবে বিনামূলীয়া ...