September 6, 2026 7:04 PM

views 23

শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সমাবর্তন সমাৰোহত অংশ লৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা

দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি বিয়লি খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান মহবিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত অংশ লয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য অনুপ বর্মনে উদ্বোধনী ভাষণ দিয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত ডিগ্ৰী আৰু ডিপ্লোমা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত চি ...