January 24, 2026 9:04 PM

views 82

পঞ্চম বীৰগাঁথাৰ ১০০ গৰাকী বিজয়ীক সম্বৰ্ধনা

প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় শেঠ আৰু শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি পঞ্চম বীৰগাঁথাৰ ১০০ গৰাকী বিজয়ীক সম্বৰ্ধনা জনায়। ১৮ খন দেশৰ ৯১ খন বিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিটা শাখাৰ অধীনত বিজয়ীসকলক নিৰ্বাচিত কৰা হয়। প্ৰতিগৰাকী বিজয়ীয়ে নগদ ১০ হাজাৰ টকা লাভ কৰাৰ লগতে গণৰাজ্য দিৱসৰ কৰ্তব্যপথত আয়োজিত কাৰ্যসূচীত বিশেষ অতিথি হিচাপে প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিব। ২০২১ চনত আৰম্ভ কৰা বীৰগাঁথাত এই বছৰ প্ৰায় এক লাখ ৯২ হাজাৰ বিদ্যালয়ৰ প্ৰায় এক কোটি ৯২ লাখ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ ...