July 3, 2026 12:37 PM
6
ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান ভিবি জি-ৰামজি আঁচনি ৰূপায়ণ
ৰাজ্যত কালিৰে পৰা জীৱিকা অভিযান ভিবি জি-ৰামজি আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য-প্রযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয়, যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি ১২৫ দিনৰ নিশ্চিত কর্ম-সংস্থাপন প্রদানেৰে গ্ৰাম্য অৰ্থনীতি সৱল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয়, যে কামৰ বাবে আবেদন, আৱণ্টন আৰু মজুৰি প্ৰদান প্রক্রিয়া পূৰ্বতকৈ অধিক ক্ষীপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে এই আঁচ...