July 12, 2026 8:37 PM

views 25

ইৰাণৰ প্ৰায় ১৪০ টা সামৰিক ঘাটি লক্ষ্য কৰি আমেৰিকাৰ নতুনকৈ আক্রমণ আৰম্ভ

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্রমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্রমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্রকাশ কৰা মতে দেশখনৰ সেনা বাহিনীয়ে ইৰানৰ প্ৰায় ১৪০ টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপনাস্ত্ৰ আৰু ড্রোণ নিক্ষেপ কৰিছে। ইপিনে, ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে, এখ...