September 17, 2026 7:35 PM

views 4

ব্যক্তিৰ পৰা ব্যক্তিলৈ বিনামুলীয়া হৈ থাকিব সকলো ধৰণৰ ইউ পি আইৰ লেনদেন

ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ ইউ পি আইৰ লেনদেন বিনামুলীয়া হৈ থাকিব। কোনো ব্যক্তিলৈ ইউ পি আইযোগে ধন প্ৰেৰণ কৰিলে অথবা দোকানত কিউ আৰ কোড স্কেন কৰি মূল্য পৰিশোধ কৰিলে কোনো ধৰণৰ মাছুল ভৰিব নালাগে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, ইউ পি আই কি আৰ কোডৰ জৰিয়তে মাহে ১ লাখ টকালৈকে উপার্জন কৰা ব্যৱসায়ী বা বিক্রেতাসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ মাছুল প্রযোজ্য নহব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে, ৰূপেই ডেবিট কার্ডৰ সৈতে সংযুক্ত সকলো ইউ পি আই লেনদেন বিনামুলীয়া হৈ থাকিব। সূত্রসমূহে প্রকাশ কৰা মতে, ব্যক্তিৰ পৰা ব্যবসায়ীলৈ হ...