July 14, 2026 12:46 PM
3
UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতৰ নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ-UNSCৰ অস্থায়ী সদস্য নিৰ্বাচনৰ ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নির্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয় যে বিশ্বই ক্রমবর্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন হৈছে, যাৰ ফলত ৰাষ্ট্ৰসংঘৰ ভূমিকা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। সামগ্রিক উন্নতি সুৰক্ষিত কৰা তথা বিশ্ব শান্তি, নিৰাপত্তা আৰু সমতাপূর্ণ উন্নয়নৰ প্ৰসাৰৰ বাবে দেশৰ পথ প্রদর্শক হিচাপে ড° জয়শংকৰে ভাৰতৰ শান্তি...