June 23, 2026 10:10 PM
2
এল নিনোৰ বাবে পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান
এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ মেলত শ্রীচৌহানে কয় যে, দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় ৪৩ শতাংশ ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণৰ ফলত দেশৰ প্ৰায় ৩১৫ খন ...