July 26, 2026 10:44 AM
2
চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৰ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ
চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৰ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্রস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয়, যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহর্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ বান প্রভাবিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে ১০ হাজাৰ কিলোগ্রাম ব্লিচিং পাউদাৰ আৰু ৭.৫ হাজাৰ লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্রতিনিধিসকলেও সম্ভাব্য ৰোগৰ প্রাদুর্ভাব ...