July 28, 2026 11:17 AM
2
পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্রিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ প্রকাশ
পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহ ভাৰতৰ গণতান্ত্রিক আৰু উন্নয়নমূলক যাত্ৰাৰ মূল আধাৰ। নতুন দিল্লীত অনুষ্ঠিত আত্মনিৰ্ভৰ পঞ্চায়ত কাৰ্যসূচী আৰু সমর্থ পঞ্চায়ত প'ৰ্টেল মুকলি কৰি কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে এইদৰে কয়। মন্ত্রী শ্রী সিঙে কয়, যে এই পদক্ষেপসমূহে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পঞ্চায়ত প্রতিষ্ঠানসমূহক অর্থনৈতিক সৱলীকৰণ, কাৰিকৰী সামৰ্থ আৰু আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহক ডিজিটেল উপকৰণ আৰু বহনক্ষম ৰাজহ অৰ্জন...